শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই সাদিনীয়াকৈ আয়োজন কৰা ‘পৰাক্ৰমী পূৰ্বোত্তৰ নাটমেলা’ৰ আজি অন্তিম দিনা দেৰগাঁৱৰ অগ্ৰণী নাট্যগোষ্ঠী নৰ্থ ইষ্ট থিয়েটাৰ একাডেমীয়ে পৰিৱেশন কৰে স্বাধীনতা সংগ্ৰামী তথা অসমৰ নাৰীবাদী আন্দোলনৰ পথ প্ৰদৰ্শক চন্দ্ৰপ্ৰভা শইকীয়ানীৰ সংগ্ৰামী জীৱনৰ আধাৰত