শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰক অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক ৰূপৰেখা উপস্থাপনৰ বাবে বিভিন্ন ধৰণৰ নৃগোষ্ঠীয় আৰু উপ-জনগোষ্ঠীয় মানুহৰ জীৱন আৰু সাংস্কৃতিৰ এক বৃহৎ চিত্ৰ ৰূপে উৎকলিত কৰা হৈছে । বিশেষকৈ অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু জীৱন শৈলীক প্ৰাধান্য দি প্ৰতিষ্ঠিত এই অনুষ্ঠানতে সমূহ উত্তৰ-পূৰ্বাঞ্চলৰ সাংস্কৃতিক প্ৰতিচ্ছবিৰ উপযুক্ত মানদণ্ডেৰে প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণ কৰাৰ কালজয়ী ব্যৱস্থা কৰাই হৈছে ইয়াৰ মূক্ষ্য উদ্দেশ্য । অসম তথা উত্তৰ-পূৰ্ব্বাঞ্চলৰ কলা, সংগীত আৰু সাহিত্যৰ মূক্ষ্য স্নায়ু কেন্দ্ৰ ৰূপে প্ৰতিস্থিত শ্ৰীমন্ত শংকৰদেৱ সমাজ ।

Know more

Segments

The main segments of Srimanta Sankaradeva Kalakshetra

Sahitya

Literature

Sangeet Natak

Music & Drama

Lalit Kala

Lalit Kala

Sangrahalaya

Museum & Gallery

Library

Archive

Centre for
ART, CULTURE and LITERATURE

A centre to hold high the glory of the Cultural Heritage of different ethnic groups of the state of Assam and Northeast for ages to come.

Protect, preserve, promote and present the bright & colourful cultures and age-old traditions of the people of Assam and Northeast India.

সুবিধা সমূহ

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজ

Know more

আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰ

পৰিকল্পিত সন্মিলন পৰিষৰ ৩ টা প্ৰেক্ষাগৃহৰ ইতিমধ্যে ৩০০ আসন যুক্ত শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহ আৰু ১২৫০ আসন যুক্ত শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰক্ষাগৃহ ক্ৰমে ৩০ জানুৱাৰী ২০০৬ আৰু ০১ মাৰ্চ ২০১৬ ৰ পৰা কাৰ্যকৰী হৈ আছে।

মুকলি মঞ্চ

২০০০ তকৈ অধিক দৰ্শকে উপভোগ কৰিব পৰাকৈ এই মুকলি মঞ্চত বিভিন্ন লোক সাংস্কৃতিক কলা-কৃষ্টি, নাটক, পৰম্পৰাগত গীত-মাত, শাস্ত্ৰীয় সংগীত পৰিবেশন অনুষ্ঠানৰ বাবে নিৰ্মিত । মুকলি আকাশৰ তলত থকা মঞ্চসজ্জা আৰু দৰ্শক উপস্থিতি ব্যৱস্থাপনাই এক অভূতপূৰ্ব পৰিবেশ সৃষ্টি কৰে ।

ৰংঘৰ বাকৰি মঞ্চ

ৰংঘৰ বাকৰি মঞ্চ ৰংঘৰৰ বাকৰিত অৱস্থিত এই মুকলি স্থানৰ লগত সংলগ্ন আছে এটি মঞ্চ । এই স্থান মুকলি কাৰ্যক্ৰম যেনে উত্সৱ, মেলা, মুক্তাংগন আদিৰ বাবে উপযোগী ।

অসমৰ নৃগোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযান

Subscribe to our Newsletter

BE NOTIFIED ABOUT LATEST EVENTS & NEWS

Thank you for your message. It has been sent.
There was an error trying to send your message. Please try again later.

The Mask of Majuli

FEATURED VIDEO